ka khilonka khlaw

ka khlam (Khasi)
Contributed by: Himasri Das on 2023-07-07
1. (Common Noun) Any of numerous usually small arthropod animals of the class Insecta, having an adult stage characterized by three pairs of legs and a body segmented into head, thorax, and abdomen and usually having two pairs of wings. ইন্সেক্টা শ্ৰেণীৰ অন্তৰ্গত সৰু সন্ধিপদী প্ৰাণী, যাৰ পূৰ্ণবয়স্ক অৱস্থাত তিনি যোৰ ঠেং আৰু দুযোৰ পাখি থাকে, আৰু শৰীৰটো মূৰ, বক্ষ আৰু পেট অংশত বিভক্ত কৰিব পাৰি৷

Ref: Anglo-Khasi Dictionary by U. E. Blah
2. (Abstract Noun) Widespread occurrence of a disease in a community at a particular time. কোনো এক সময়ত এটা জন-সম্প্ৰদায়ৰ মাজত বহুলভাৱে সংক্ৰমিত ৰোগ একোটাক মহামাৰী বোলে।

Contributed by: Himasri Das on 2023-07-25
3. (Proper Noun-Neuter) an infectious, epidemic disease caused by a bacterium, Yersinia pestis, characterized by fever, chills, and prostration, transmitted to humans from rats by means of the bites of fleas. এন্দুৰৰ দেহৰ পৰা বেক্টেৰিয়াৰ জড়িয়তে মানুহৰ শৰীৰলৈ বিয়পা এবিধ সংক্ৰামক ৰোগ, ইয়াৰ ফলত দেহত জ্বৰ, কঁপনি উঠা আদি হয় ৷
English: plague,
Assamese: প্লেগ,
Khasi: ka khlam,
Tiwa: Mangur